এক সপ্তাহে নিৰুদ্দেশ বিশ্বনাথৰ ব্যক্তি

 08/26/2019 - 16:46

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা বিশ্বনাথৰ চতিয়াৰ পহুছা গাঁৱৰ মুন দাস নামৰ ব্যক্তিজন আজি এক সপ্তাহে সন্ধানহীন হৈ আছে। জানিব পৰা মতে ১৯ আগষ্টৰ পৰাই  মুন কুমাৰ দাস (৪০) নিৰুদ্দেশ হৈ আছে।

যদি কোনো ব্যক্তিয়ে উক্ত ব্যক্তিজনৰ সন্ধান পাই তেনেহ’লে ৮৮৭৬৯০৫৩৮৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।