যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

 08/27/2019 - 16:07

যোৰহাটঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

বৃহৎ নদী বান্ধ বন্ধ কৰা আৰু বানপানীৰ স্থায়ী সমাধান, অসমৰ বানপানীৰ স্থায়ী সমাধানৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।