মনোনয়ন পত্র দাখিল শব্দ ৰাভাৰ

 04/03/2019 - 14:41

ডিজিটেল ডেস্ক: কোকৰাঝাৰত শব্দ ৰাভাৰ মনোনয়নপত্ৰ দাখিল৷

হেজাৰ হেজাৰ কংগ্ৰেছী সমৰ্থকৰে কোকোৰাঝাৰ চহৰৰ মাজেৰে সমদল উলিয়াই মনোনয়ন পত্ৰ দাখিল কৰে ৰাভাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।