হাফিজ ৰফিকুল ইছলামৰ মনোনয়ন পত্ৰ দাখিল

 04/03/2019 - 17:19

ডিজিটেল ডেস্ক: হাফিজ ৰফিকুল ইছলামে আজি দাখিল কৰে মনোনয়ন পত্ৰ৷ বৰপেটা লোকসভা সমষ্টিৰপৰা এআইইউডিএফ দলৰ প্ৰাৰ্থীগৰাকীয়ে কেইবাসহস্ৰাধিক সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল কৰে৷

প্ৰাৰ্থীগৰাকীৰ সৈতে দলটোৰ মুৰব্বী বদৰুদ্দিন আজমল উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।