বিজনীত অভিনৱ প্ৰতিবাদ বিদ্যুৎ গ্ৰাহকৰ

 08/29/2019 - 16:01

বিজনীঃ এক ব্যতিক্ৰমী প্ৰতিবাদৰ দৃশ্য। চিৰাং জিলাৰ বিজনী বৈদ্যুতিক উপ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীক গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে মিঠাই খুৱাই পিন্ধালে ফুলৰ মালা।

বিজনীৰ ২ নং ছাতিয়ানগুৰীত ৰাইজে বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ হৈ উত্তল প্ৰতিবাদ নকৰি গামোচাৰে সম্বৰ্ধনা নোৱাৰ লগতে মিঠাই খুৱাই, ফুলৰ মালা পিন্ধাই দুই হাত জোৰ কৰি কৰিলে অভিনৱ প্ৰতিবাদ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.