বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আমৰণ অনশন

 08/29/2019 - 19:14

মৰিয়নীঃ মৰিয়নীত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আমৰণ অনশন। দুৰ্গা পূজাৰ পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ প্ৰদানৰ দাবীত মৰিয়নী থানা তিনিআলিত বিধায়কগৰাকীয়ে আজিৰে পৰা অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।