সালসলনি আৰু নিযুক্তি কৰা হ’ল ৫ ৰাজ্যৰ ৰাজ্যপালক

 09/01/2019 - 20:23

ডিজিটেল ডেস্কঃ সালসলনি কৰা হ’ল ৫ ৰাজ্যৰ ৰাজ্যপালক। হিমাচলৰ ৰাজ্যপাল কালৰাজ মিশ্ৰক বদলি। ৰাজস্থানৰ নতুন ৰাজ্যপাল কালৰাজ মিশ্ৰ। ভগত সিং কোচ্চাৰীক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল নিযুক্তি। বান্দাৰু দত্তত্ৰয়াক হিমাচলৰ ৰাজ্যপাল নিযুক্তি। আৰিফ মহম্মদ খান হ’ব কেৰালাৰ ৰাজ্যপাল। টি সুন্দৰাজনক তেলেংগনাৰ ৰাজ্যপাল নিযুক্তি ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।