এন আৰ চিৰ লৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ প্ৰতিক্ৰিয়া

 09/01/2019 - 20:31

ডিব্ৰুগড়ঃ এন আৰ চিত প্ৰথমৰ পৰা বহু গণ্ডগোল হৈছিল, বহু বিদেশীক স্বদেশী কৰা গুৰুতৰ অভিযোগ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ। অসমৰ ভূমিপুত্ৰসকলৰ এন আৰ চিত নাম উল্লেখ নথকা বিষয়ত আজি ডিব্ৰুগড় জিলা ডিকমত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি চৰকাৰৰ লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।