সৰভোগৰ বোৱাৰীলৈ নাৰী শক্তি সন্মান

 04/04/2019 - 18:32

ডিজিটেল ডেস্ক: ৩১মাৰ্চ তাৰিখে মুম্বাইৰ ইন'ভেটিভ আৰ্টিষ্ট ৱেলফেয়াৰ এচ'ছিয়েচনে 'ৱ'মেন এচিভাৰ এৱাৰ্ড' নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল

এই  অনুষ্ঠানত সৰভোগৰ বোৱাৰী ইনাক্ষী দাসে নাৰী শক্তি সন্মান (এছ ডি পি এৱাৰ্ড) লাভ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।