09/03/2019 - 14:30
in
ডুমডুমাঃ ৰামধেনু যুগৰ কবি উজ্জ্বল শইকীয়া আৰু নাই। বহুদিন ধৰি অসুস্থ হৈ আছিল তেওঁ। ৮০ উর্দ্ধৰ কবি গৰাকী মংগলবাৰে পুৱতি নিশা ৩ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে ৰামধেনু যুগৰ বিশিষ্ট কবি উজ্জ্বল শইকীয়া। ডুমডুমাৰ ৰূপাইস্থিত নিজা গৃহত গুণমুগ্ধৰ ভিৰ।