লখিমপুৰত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

 09/03/2019 - 15:44

লখিমপুৰঃ এন আৰ চিক লৈ হেতালি নেখেলিবলৈ প্ৰতিক হাজেলাক প্ৰত্যাহ্বান হিন্দুযুৱ ছাত্ৰৰ৷ এন আৰ চি চূড়ান্ত তালিকা প্ৰকাশৰ পিছতে জাগ্ৰত হৈ পৰিছে হিন্দু যুৱ ছাত্ৰ পৰিষদ৷ ১৯৭১ নহয় ১৯৫১ চনক ভিৰ্তি বৰ্ষ হিচাপে লৈ এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰাৰ দাবীৰ লগতে ১৯ লাখ বাদ পৰা এন আৰ চি ৰ তালিকা ৰাজহুৱা কৰাৰ দাবী জনাই ১৯৭১ সদ্যঘোষিত এন আৰ চি দাহ কৰি হাজেলা আৰু ৰঞ্জন গগৈক বদনৰ আখ্যা দি লখিমপুৰ নগৰৰ মূখ্য চাৰিআলিত হিন্দু যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এন আৰ চি সমন্ময়ক হাজেলাক প্ৰত্যাহ্বান জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।