টেষ্ট ক্ৰিকেটত কেপ্তেইন বিৰাট কোহলীৰ সফলতা

 09/03/2019 - 15:46

ডিজিটেল ডেস্কঃ টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ সকলোতকৈ সফল কেপ্তেইন ৰুপে স্বীকৃতি লাভ বিৰাট কোহলীৰ। ৪৮ খন মেচৰ ২৮ খনত জয়ী হৈ কোহলীয়ে পূৰ্বৰ কেপ্তেইন মহেন্দ্ৰ সিং ধোনীকো চেৰ পেলালে।

মহেন্দ্ৰ সিং ধোনীয়ে ৬০ খন টেষ্টত ভাৰতক ২৭ খনতে জিকাবলে সক্ষম হৈছে। কোহলী আৰু ধোনীৰ পিছত সৌৰভ গাংগুলী' কেপ্তেইন নোহোৱা স্বত্বেও ৪৯ খন মেচৰ ২১ খনত জয় লাভ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.