নলবাৰীত মঙলবাৰে ৩৬ সংখ্যক অভিৰুচি দিৱস পালন

 09/03/2019 - 15:55

নলবাৰীঃ সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ, দেশৰ সম্পদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে ৩ ছেপ্টেম্বৰত সমগ্ৰ অসমত অভিৰুচি দিৱস হিচাপে পালন কৰা হয়। নলবাৰীতো মঙলবাৰে ৩৬ সংখ্যক অভিৰুচি দিৱস পালন কৰা হয়। মঙলবাৰে পুৱা গৰ্ডন স্কুল খেল পথাৰত অভিৰুচি দিৱস উপলক্ষে সমূহীয়া দৌৰৰ আয়োজন কৰা হয়। এই সমূহীয়া দৌৰ উদ্বোধন কৰে নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.