বিজেপি নেত্রীৰ অশ্লীল ভিডিঅ' ভাইৰেল

 04/04/2019 - 19:46

ডিজিটেল ডেস্ক: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে বিজেপি নেত্ৰী জয়াপ্ৰদাৰ অশ্লীল ভিডিঅ' আৰু ফটো। ৮০-৯০ দশকত বলিউডত খলকনি তোলা অভিনেত্ৰী জয়াপ্ৰদা বৰ্তমান ব্যস্ত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে। বিজেপিৰ পৰা ৰামপুৰ লোকসভা সমষ্টিৰপৰা প্ৰাৰ্থিত্ব আগবঢ়াব অভিনেত্ৰী গৰাকীয়ে।

নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন থাকোতেই ইন্টাৰনেটত ভাইৰেল হৈ পৰিছে নেত্রীগৰাকীৰ অশ্লীল ভিডিঅ'। বৰ্তমান বিজেপি নেত্ৰীগৰাকী চিন্তিত হৈ পৰিছে।

আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও তেওঁ নিৰ্বাচনত জয়ী হ'বনে সেইটো লক্ষ্যণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।