টীয়ক চাহ বাগিছাত চিকিৎসক হত্যাৰ পিছত নিৰাপত্তাহীন হৈ পদত্যাগ

 09/04/2019 - 16:53

মৰিয়নীঃ মৰিয়নীৰ তিনিখনকৈ চাহ বাগিছাৰ চিকিৎসকৰ পদত্যাগ। মৰিয়নীৰ নিউ হোনোৱালৰ নিপুল কৰ্মকাৰ, ভেলাগুৰি চাহ বাগিছাৰ এছ এন সিং আৰু কাকজান চাহ বাগিছাৰ লুপা দাসে আজি বাগিছা কৰ্তৃপক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।