হাইলাকান্দিত অগ্নিদগ্ধ মহিলাৰ মৃত্যু

 09/04/2019 - 19:47

হাইলাকান্দিঃ হাইলাকান্দিত অগ্নিদগ্ধ মহিলাৰ মৃত্যু। শিলচৰ চিকিৎসা মহাবিদ্যালয়ত লৈ যোৱাৰ সময়ত মৃত্যু ঘটে সাবিত্ৰী ৰায় নামৰ মহিলাগৰাকীৰ। জানিব পৰা মতে সদ্য প্ৰকাশিত এনআৰচিৰ চূড়ান্ত তালিকাত নাম নহাৰ বাবে মহিলাগৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলাইছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।