09/05/2019 - 13:08
in
লখিমপুৰঃ অসমৰ ৪০ লাখ অনুসূচিত জাতিৰ লোকক স্বায়ত্বশাসন প্ৰদানৰ দাবীত এই সমদল বাহিৰ কৰে সংগঠনটোৰ লখিমপুৰ জিলা সমিতিয়ে। লখিমপুৰ চহৰৰ বেংগলী কলনী স্থিত অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ কাৰ্য্যালয়ৰ পৰা সমগ্ৰ লখিমপুৰ নগৰ জোঁৰ লৈ পৰিভ্ৰমণ কৰে সংগঠনটোৰ সদস্যই।
ভাৰত চৰকাৰ, অসম চৰকাৰ সকলোৱে অনুসূচিত জাতিটোক প্ৰতাৰনাৰ বাহিৰে আন একো দিয়া নাই বুলি ক্ষোভ উজাৰে সংগঠনটোৱে। শীঘ্ৰে স্বায়ত্বশাসন প্ৰদান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে।