মৈৰাবাৰীত ট্ৰাকসহ চোৰাং গৰু জব্দ

 09/06/2019 - 17:46

মৈৰাবাৰীঃ মৈৰাবাৰীত আটক দহজনতকৈও অধিক চোৰাং গৰু সৰবৰাহকাৰী। মৈৰাবাৰীৰ পৰা মেঘালয়লৈ নি থকা অৱস্থাতে মৈৰাবাৰী বজাৰৰ সমীপত গৰুসহ ট্ৰাক কেইখন জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত গৰুকেইটাৰ বজাৰ মূল্য আনুমানিক ৩০ লক্ষাধিক টকা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।