ডবকাত অবৈধ গেছ চিলিন্ডাৰ জব্দ

 09/06/2019 - 19:02

ডবকা: ডবকাত ৫৬ টা অবৈধ গেছ চিলিন্ডাৰ জব্দ। AS02BC 0294 নম্বৰৰ টাটা মেজিক খনে আনিছিল চিলিণ্ডাৰ কেইটা৷ অবৈধ গেছ ভৰ্তি কৰি নগাওঁৰ পৰা ডবকা অভিমুখে আহি থকা অৱস্থাত জব্দ টাটা মেজিক খন৷ যোগান বিভাগৰ অভিযানত জব্দ ৫৬টা চিলিণ্ডাৰ৷ জব্দ কৰি ডবকা গেছ এজেন্সিৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে যোগান বিভাগে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।