09/07/2019 - 14:46
in
অভয়াপুৰীঃ অভয়াপুৰীত যুৱকৰ আত্মহত্যা। নিজ বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো। আত্মহত্যা কৰা যুৱকজন অভয়াপুৰী বোৱালীমাৰীৰ ধনঞ্জয় পাঠক বুলি জানিব পৰা গৈছে। ঋণৰ বোজা সহিব নোৱাৰি যুৱকজনে আত্মহত্যা কৰা বুলি সন্দেহ পৰিয়ালৰ লোকৰ। ঋণৰ টকা বিচাৰি অভয়াপুৰীৰ ৰৌমাৰীৰ ধনো নামৰ লোকজনে অত্যধিক হেঁচা দিয়াৰ অভিযোগ ধনঞ্জয়ৰ জ্যেষ্ঠ ভাতৃৰ।