লখিমপুৰৰ বগীনদীৰ ৰাজপথত জ্বলিল এন আৰ চিৰ প্ৰতিলিপি

 09/07/2019 - 16:52

লখিমপুৰঃ এন আৰ চি বাতিলৰ দাবীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু এন আৰ চি সমন্বয়ক প্ৰতীক হাজেলাৰ বাবেই এন আৰ চিত সোমাল লাখ-লাখ বাংলাদেশী৷ ১৯৫১ চন ভিত্তি বৰ্ষ কৰি এন আৰ চি প্ৰস্তুতৰ দাবী৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।