09/08/2019 - 12:30
in
নলবাৰীঃ অসম জাতীয়তাবাদী যূৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ আহ্বান মৰ্মে নলবাৰী জিলা সমিতিৰ উদ্যোগত জোৰ সমদল কাৰ্য্যসূচী ৰূপায়ণ কৰে নলবাৰী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যালয়ৰ পৰা। অসমত আন্তৰ্জাতিক পাৰ পত্ৰ প্ৰৱৰ্তন কৰাৰ দাৱীত সংগঠনটোৱে নলবাৰী চহৰৰ মাজমজিয়াতো এই প্ৰতিবাদ সাব্যস্ত কৰে।