ৰুপকৰ হৈ আজি প্ৰচাৰ চলাব আদিত্যনাথে

 04/06/2019 - 12:37

ডিজিটেল ডেস্ক: আজি অসমলৈ আহিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ। হোজাইত বিজেপি প্ৰাৰ্থী ৰুপক শৰ্মাৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্রীগৰাকীয়ে।

পুৱা ১০.৫০ বজাত হোজাইৰ বিহুতলী ৰাজহুৱা খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব আদিত্যানাথে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।