সোনাপুৰ চক্ৰবিষয়া কাৰ্য্যালয়ত নাৰী নিৰ্যাতন

 09/12/2019 - 20:31

সোনাপুৰঃ সোনাপুৰ চক্ৰবিষয়া কাৰ্য্যালয়ৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জেঠুৱা গাৰো নামৰ ব্যক্তিৰ বিৰুদ্ধে অশ্লীলতা হানিৰ অভিযোগ। প্ৰশাসনৰ বৰমুৰীয়াৰ কাৰ্য্যালয়তে এতিয়া মহিলাৰ নিৰাপত্তা নোহোৱা কাৰ্য্যই সকলোকে শংকিত কৰিছে৷ কোন সঁচা কোন মিছা সেয়া আৰক্ষীৰ তদন্তত স্পষ্ট হ’ব কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল যে এনে ধৰনৰ ঘটনা চক্ৰ বিষয়া মহোদয়াৰ কোঠাত কেনেধৰনে সংঘটিত হবলৈ পালে?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.