শিৱসাগৰত জব্দ কৰা হৈছে মাৰণাস্ত্র

 04/06/2019 - 13:21

ডিজিটেল ডেস্ক: নিৰ্বাচনৰ প্ৰাকক্ষণত শিৱসাগৰত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ মাৰণাস্ত্র। জিলাখনৰ গৌৰীসাগৰৰ জাঁজীত সেনাই জব্দ কৰে ২২এমএম পিষ্টল,এ কে-৪৭ৰ দুটা সজীৱ গুলী ,পিষ্টলৰ ৩টা সজীৱ গুলী,৩টা ম'বাইল আৰু বহুকেইখন ছিমকাৰ্ড।

এই মাৰণাস্ত্রখিনিৰ লগত কেশৱ দাস নামৰ এজন যুৱককো সেনাই আটক কৰে।

উল্লেখ্য যে, আটক কৰা যুৱকজন লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্র।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।