ডিজেলৰ মূল্য বৃদ্ধি

 04/06/2019 - 13:24

গুৱাহাটীঃ ডিজেলৰ মূল্য বৃদ্ধি পাইছে। শনিবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৫ পইচাকৈ বৃদ্ধি পাইছে।

আজি গুৱাহাটীত ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৬.৬১ টকা। আনহাতে পেট্ৰ’লৰ মূল্যৰ কিন্তু কোনো পৰিৱৰ্তন হোৱা নাই। 

গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭২.৪৪ টকা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।