আজি পুনৰ উত্তৰ-পূবলৈ মোডী

 04/07/2019 - 12:31

ডিজিটেল ডেস্ক: আজি পুনৰ উত্তৰ-পূবলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী। আজি মণিপুৰ-ত্রিপুৰাত নিৰ্বাচনী প্ৰচাৰ চলাব মোডীয়ে।

ইম্ফলৰ হাপ্টা কাংজেইবুঙত বিজেপিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰিব মোডীয়ে। ত্রিপুৰাৰ উদয়পুৰতো প্ৰধানমন্ত্রী মোডীয়ে চলাব প্ৰচাৰ।

উদয়পুৰ স্পৰ্টছ কমপ্লেছ গ্ৰাউণ্ডত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্রীগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।