আজি আলফাৰ প্ৰতিষ্ঠা দিৱস

 04/07/2019 - 13:19

ডিজিটেল ডেস্ক: আজি আলফাৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৭৯ চনৰ আজিৰ দিনটোতেই প্ৰতিষ্ঠা লাভ কৰিছিল সংযুক্ত মুক্তি বাহিনী অসমে।

প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আলফা (স্বাঃ)ৰ সভাপতি ডাঃ অভিজিৎ অসমে অভিভাষণত উল্লেখ কৰে যে, অসমৰ আত্মা কোনো ধৰ্মৰ বৃত্তত বন্দী নহয়।

ধৰ্মীয় গোলকত বন্দী ভাৰত শক্তিক প্ৰতিহত কৰিবলৈ ৰাইজে সংকল্প লওঁক বুলিও তেওঁ উল্লেখ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।