আজি প্ৰকাশ পাব বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ

 04/08/2019 - 11:44

ডিজিটেল ডেস্ক: আজি দিল্লীত প্ৰকাশ কৰা হ'ব বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ। বিজেপিৰ মুখ্য কাৰ্যালয়ত সমাগত লোকসভা নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা হ'ব এই ইস্তাহাৰ।

বহু গুৰুত্বপূৰ্ণ প্ৰসংগই স্থান লাভ কৰাৰ সম্ভাৱনা আছে ইস্তাহাৰখনত।

ইস্তাহাৰ প্ৰকাশৰ সময়ত উপস্থিত থাকিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী, অমিত শ্বাহকে ধৰি দলৰ শীৰ্ষ নেতাসকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।