আইপিএলত আজি পঞ্জাৱ v/s হায়দৰাবাদ

 04/08/2019 - 14:50

ডিজিটেল ডেস্ক: দ্বাদশ সংখ্যক আইপিএলত অনুষ্ঠিত হ'বলগীয়া আজিৰ খেলখন পঞ্জাৱ আৰু হায়দৰাবাদৰ মাজত নিশা ৮বজাত অনুষ্ঠিত হ'ব। দুয়োটা টীমৰ মাজত বৰ্তমানলৈ ১২খন মেচ অনুষ্ঠিত হৈছে।

তাৰে ৯খনত হায়দৰাবাদ আৰু ৩খনত পঞ্জাৱ জয়ী হৈছিল।

দুয়োটা টীমৰ এইবছৰৰ প্ৰথম মেচখন আজি বৃন্দা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।