পিতৃ হৈ সলনি হৈছে পৰিচালক কৰণ জোহৰ

 04/08/2019 - 19:53

ডিজিটেল ডেস্কঃ বলিউড অভিনেতা বৰুণ ধৱনে মুম্বাইত অনুষ্ঠিত জাগৰণ ডত কমৰ এটা বিশেষ অনুষ্ঠানত কয় যে পৰিচালক কৰণ জোহৰ এজন ভাল পিতৃ।

যেতিয়াৰ পৰা তেখেত‌ পিতৃত্ব হোৱাৰ গৌৰৱ অৰ্জন কৰিছে তেতিয়াৰ পৰা তেওঁৰ ব্যক্তিত্বও কিছু ব্যতিক্ৰম হোৱা দেখা গৈছে আৰু লগতে তেখেতে ফিল্ম সমূহত ভিন্ন ধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে লগতে তেওঁ অধিক মৰমীয়াল হৈছে।

ইয়াৰ দ্বাৰা জনাওঁ যে কৰণ জোহৰ সৰোগেসী মাধ্যমৰ জৰিয়তে পিতৃ হোৱা সুখ অৰ্জন কৰিছে। তেওঁ বৰ্তমান ১৯ এপ্ৰিলত আহিবলগীয়া চিনেমা কংলকৰ প্ৰচাৰ অভিযানত ব্যস্ত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।