আজি শিলচৰত ৰাহুলৰ নিৰ্বাচনী প্ৰচাৰ

 04/09/2019 - 12:06

ডিজিটেল ডেস্ক: আজি পুনৰ অসমলৈ আহিব ৰাহুল গান্ধী। শিলচৰৰ পঞ্চগ্ৰামত সাংসদ সুস্মিতা দেৱৰ হৈ প্ৰচাৰ সভাত অংশ ল'ব কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে।

তাৰ উপৰি, শিলচৰৰ ওড়িশাৰ কান্ধামাল জিলাতো চলাব নিৰ্বাচনী প্ৰচাৰ। ফুলবানিৰ কৰনেচন পিএম গ্ৰাউণ্ডত চলাব প্ৰচাৰ অভিযান। বিহাৰৰ গয়াতো প্ৰচাৰ চলাব ৰাহুলে।

গান্ধী ময়দান গ্ৰাউণ্ডত কংগ্ৰেছৰ জনসভাৰ আয়োজন কৰা হৈছে। হাইলাকান্দিৰ পাঁচগ্ৰামতো প্ৰচাৰ চলাব ৰাহুলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।