ৰাজ্যত পুনৰ উদ্ধাৰ হৈছে মৃত গঁড়

 04/09/2019 - 12:31

ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা। গহপুৰৰ লখৰাচাপৰিত উদ্ধাৰ হৈছে এটা মৃত গঁড়। চোৰাংচিকাৰীয়ে হত্যা কৰি কাটি নিয়ে খৰ্গ।

কাজিৰঙা ষষ্ঠ সংযোজনৰ গমিৰি ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা। ড্ৰ’নৰ সহায়ত বন বিভাগে উদ্ধাৰ কৰে মৃত গঁড়টো।

ঘটনাস্থলীলৈ ৰাওনা বন বিভাগৰ এটি বৃহৎ দল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।