আজি চেন্নাইত অনুষ্ঠিত হ'ব আইপিএল

 04/09/2019 - 13:04

ডিজিটেল ডেস্ক: চাৰিওফালে এতিয়া আইপিএলৰ বতাহ। আইপিএলক লৈ ক্ৰীড়াপ্ৰেমীৰ মাজত দেখা গৈছে যথেষ্ঠ উৎসাহ-উদ্দীপনা।

আজি নিশা ৮ বজাত অনুষ্ঠিত হ'ব আইপিএলৰ আন এখন মেচ। আজিৰ মেচখন চেন্নাই আৰু কলকাতাৰ মাজত চেন্নাইত অনুষ্ঠিত হ'ব।

দুয়োটা টীমৰ মাজত বৰ্তমানলৈ ৫খন মেচ অনুষ্ঠিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।