বিগত প্ৰায় চৈধ্য দিন ধৰি নিৰুদ্দিষ্ট এগৰাকী মহিলা

 10/03/2019 - 20:05

পূব বৰপেটাঃ সৰ্থেবাৰী শঙ্কৰদেৱ শিশু নিকেতনৰ সম্মুখৰ পৰাই নিখোজ হ’ল নচিম আলিৰ পত্নী মনোৱাৰা বেগম নামৰ মহিলা গৰাকী। চামতাৰ মাকৰ ঘৰৰ পৰা আহি শঙ্কৰদেৱ শিশু নিকেতনৰ সম্মুখত গাড়ীৰ পৰা নামিছিল। সেই সময়ৰে পৰাই কোনো সন্ধান লাভ কৰা নাই মনোৱাৰাৰ। মনোৱাৰাক বিচাৰি হাবাথুৰি খাইছে স্বামী নচিম আলিয়ে। ইতিমধ্যে এই সম্পৰ্কে সৰ্থেবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে যদিও আজিলৈকে নাই কোনো সন্ধান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.