হাইলাকান্দিত ৰাহুল গান্ধীৰ সভাত অঘটনঃ প্ৰেছ গেলাৰী ভাগি আহত সাংবাদিক

 04/09/2019 - 17:27

হাইলাকান্দিঃ মঙ্গলবাৰে হাইলাকান্দিত ৰাহুল গান্ধীৰ সভাত ঘটে অঘটন। প্ৰেছ গেলাৰী ভাগি আহত হয় কেইবাজনো সাংবাদিক।

গুৰুতৰ ভাৱে আহত হৈছে সাংবাদিক জাকিৰ হুছেইন। সুস্মিতা দেৱ আৰু স্বৰূপ দাসৰ প্ৰচাৰ সভাত সংঘটিত হয় এই ঘটনা।

পাচগ্ৰামত জনসভা সম্বোধন কৰিছিল ৰাহুল গান্ধীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।