আজি মনোনয়ন দাখিল কৰিব ৰাহুলে

 04/10/2019 - 12:46

ডিজিটেল ডেস্ক: আজি লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল কৰিব কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে। উত্তৰ প্ৰদেশৰ আমেঠি সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰাহুল গান্ধী।

বিজেপি প্ৰাৰ্থী স্মৃতি ইৰাণীৰ সৈতে হ'ব ৰাহুল গান্ধীৰ যুঁজ।

ইতিমধ্যে সভাপতিগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।