10/11/2019 - 20:15
in

নগাঁওঃ নগাঁৱৰ বৰভেটি আৰু মৌখুলিৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট উদ্ধাৰ৷ সদৰ উপঃপৰিদৰ্শক গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান৷ অভিযানত প্ৰায় ১২০০টেবলেটসহ এজন যুৱক জাকিৰ হুছেইন আৰু এগৰাকী মহিলা মামনি বেগম আটক৷ টেবলেটখিনিৰ লগত দুটা ম'বাইল হেণ্ডচেট আৰু নগদ ২০০০ টকা উদ্ধাৰ৷