লখিমপুৰ জিলাৰ বগীনদী অঞ্চলত অব্যাহত আছে অবৈধ বালি, শিলৰ ৰমৰমীয়া ব্যৱসায়

 10/23/2019 - 17:55

লখিমপুৰঃ উপযুক্ত কাগজ পাতি নথকাকৈ, নম্বৰ প্লেট বিহীন গাড়ীত চলে ব্যৱসায়সমূহ। বুধবাৰে লখিমপুৰ বনওবিভাগে চলোৱা এক অভিযানত দুখনকৈ বালি আৰু চেণ্ড গ্ৰেভেল কঢ়িয়াই অনা ডাম্পাৰ জব্দ কৰা হয়।

পুৱা সাতমান বজাত সোৱণশিৰি নদীৰ পৰা কঢ়িয়াই অনা নম্বৰ প্লেট বিহীন বালি ভৰ্তি ডাম্পাৰ, বগীনদীৰ দিশৰ পৰা কঢ়িয়াই অনা চেণ্ড গ্ৰেভেল ভৰ্তি ডাম্পাৰ জব্দ কৰা হয়। জানিব পৰা মতে অবৈধভাৱে কঢ়িয়াই অনা হৈছিল সামগ্ৰী সমূহ। বন বিভাগৰলোকে সংবাদমাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা দূৰত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.