ৰাকেশ গুপ্তাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

 04/11/2019 - 17:47

ডিজিটেল ডেস্ক: বক্ৰপথেৰে এপিএছচিত চাকৰি লোৱাৰ অপৰাধত অভিযুক্ত ৰাকেশ গুপ্তাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। বিশেষ আদালতে নাকচ কৰিলে এপিএছচি কেলেংকাৰীৰ অন্যতম অভিযুক্তজনৰ জামিন আবেদন।

আজি বিশেষ আদালতত আত্মসমৰ্পণ কৰিছিল গুপ্তাই। অনিয়মেৰে ডিএছপি ৰূপে নিযুক্তি লাভ কৰিছিল ৰাকেশ গুপ্তাই।

দীৰ্ঘদিনৰ পৰা আত্মগোপন কৰি আছিল আদালতে পলাতক ঘোষণা কৰা ৰাকেশ গুপ্তা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।