মনোনয়ন পত্র দাখিল ছোনিয়া গান্ধীৰ

 04/11/2019 - 19:24

ডিজিটেল ডেস্ক: ৰায়বৰেলীত কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীয়ে আজি মনোনয়ন পত্র দাখিল কৰে। বিশাল সমদলেৰে সমৰ্থক সহিতে মনোনয়ন দাখিল কৰে ছোনিয়া গান্ধীয়ে।

আজিৰ এই মনোনয়ন পত্র দাখিলৰ সময়ত তেওঁক সংগ দিয়ে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।