11/01/2019 - 16:24
in

কামপুৰঃ ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ লগতে কম্পিউটাৰ ড'প পষ্টত থকা শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰণৰ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাই। সংস্থাৰ সংম্পাদক যঞ্জেশ্বৰ ৰাজখোৱাই কামপুৰত সাংবাদিকৰ আগত এই মন্তব্য কৰে। নগাওঁ জিলা হাইস্কুল শিক্ষক সংস্থাৰ সোনালী্ জয়ন্তিৰ কামপুৰত অনুস্থিত হোৱা কাৰ্যসূচীত ৰাজখোৱাই কয় যে অসমৰ শিক্ষাজগতক পৰিৰ্ৱতন অনা শিক্ষকসকলৰ বাবে তেওঁলোকে সকলো কৰিবলৈ প্ৰস্তুত থকা বুলি কয় ।