তামুলপুৰত বৈশাগুৰ প্ৰস্তুতি

 04/12/2019 - 17:42

তামুলপুৰ: হেঁপাহৰ ৰঙালী বিহুক কেন্দ্ৰ কৰি এতিয়া চৌদিশে উখল মাখল পৰিবেশ। পিচ পৰি ৰোৱা নাই তামুলপুৰ কলবাৰীৰ বড়ো জনগোষ্ঠীৰ লোকসকলো৷

ৰঙালী বিহুৰ সমান্তৰালভাৱে বড়ো জনগোষ্ঠীৰ লোকসকলো ব্যস্ত ৰংজালী বৈশাগুক আদৰাত৷

শিশু, কিশোৰ-কিশোৰী, পুৰুষ -মহিলা সকলো ব্যস্ত বৈশাগু নৃত্যৰ অন্তিম আখৰাত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।