গোলাঘাটত আমছুৰ প্ৰতিবাদ

 11/08/2019 - 14:24

গোলাঘাটঃ গোলাঘাটত আমছুৰ প্ৰতিবাদ। প্ৰতিকৃতি দাহ কৰিলে শিক্ষামন্ত্ৰী সিদ্বাৰ্থ ভট্টাচাৰ্যৰ। শিক্ষামন্ত্ৰী পদত্যাগ কৰক, NGO ৰ দ্বাৰা মধ্যাহ্ন ভোজন দিয়া ব্যৱস্থা বন্ধ কৰা আদি দাবী উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংখ্যালঘু ছাত্ৰ সংগঠনটোৱে। পূৰ্বৰ ৰান্ধনীৰ ব্যৱস্থা বাহাল ৰখাৰ আহ্বান জনায় ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ সকিয়নী প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.