অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা নিৰ্বাহ অভিযানৰ দ্বাৰা ৪৪০ টা আত্মসহায়ক গোটক ৰাজ সাহাৰ্য্য যুক্ত ঋণ প্ৰদান

 11/12/2019 - 14:35

যোৰহাটঃ যোৰহাট জিলাৰ উত্তৰ পশ্চিম ঢেকৰগড়া উন্নয়ন খন্ডত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা নিৰ্বাহ অভিযানৰ জিলা পৰিচালনা শাখাৰ দ্বাৰা আয়োজিত অনুস্থানত জিলাখনৰ ৬ টা উন্নয়ন খণ্ডৰ ৪৪০ টা আত্মসহায়ক গোটক ১৩.৪৬ কোটি টকাৰ ৰাজ সাহায্যযুক্ত ঋন প্ৰদান কৰে।

অনুস্হানত গ্ৰামীণ জীৱিকা নিৰ্বাহ অভিযান যোৰহাটৰ প্ৰজেক্ট মেনেজাৰ আৰু কেইবাটাও বেংকৰ মেনেজাৰ উপস্হিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.