খেৰণিত ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় ১০খনকৈ দোকান

 04/14/2019 - 15:52

কাৰ্বি আংলং: ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ সাপ্তাহিক বজাৰত যোৱা নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়।

এই অগ্নিকাণ্ডত প্ৰায় দহখনতকৈ অধিক দোকান জুইত জাহ যায় বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।