লখিমপুৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

 11/16/2019 - 13:58

লখিমপুৰঃ লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা লখিমপুৰ তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। লখিমপুৰ উপায়ুক্ত সভাকক্ষত পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। এই প্ৰেছ দিৱস অনুষ্ঠানত উপষ্ঠিত থাকে উপায়ুক্তকে ধৰি জিলা প্ৰশাসনৰ কেইবা গৰাকী বিষয়ববিয়া লগতে জিলাখনৰ সাংবাদিকসকল। এই অনুষ্ঠানত সাংবাদিকতাৰ লগত জড়িত বহুকেইটা গুৰুত্বপুৰ্ণ বিষয়ৰ ওপৰত গাম্ভীৰ্য্যপূৰ্ণ আলোচনা কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।