তিনিচুকীয়াৰ ৰঙাগড়া চাহ বাগিচাত যৌন নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

 11/16/2019 - 17:06

তিনিচুকীয়াঃ তিনিচুকীয়াৰ ৰঙাগড়া চাহ বাগিচাত যৌন নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। বাগিচাখনৰ অজয় কুমাৰ তৌমাৰ নামৰ মেনেজাৰৰ বিৰুদ্ধে এগৰাকী যুৱতীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ।

বাগিছাখনত আৰক্ষী প্ৰৱেশত বাধা প্ৰদান কৰিছিল উত্তেজিত লোকসকলে শ্ৰমিক ৰাইজে নিজেই ঘটনাটোৰ মীমাংসা কৰিব বুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। অভিযুক্ত মেনেজাৰৰ বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে।ই তিমধ্যে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।