গোলকগঞ্জত টকা জব্দ

 04/18/2019 - 19:23

গোলকগঞ্জ: গোলকগঞ্জৰ ৰতিয়াদাহ বটেৰতল ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ টকা জব্দ কৰা হৈছে।

আজি পুৱা দহ বজাত ষ্টেটিটিকছ ছাৰ্ভেলেঞ্চ টিমে মৃনাল কান্তি বৰ্মন নামৰ লোক এজনৰ পৰা ১ লাখ ৩৭ হাজাৰ টকা উদ্ধাৰ কৰে।

মৃনাল কান্তিৰ ঘৰ ৰতিয়াদাহ তৃতীয় খণ্ড গাঁৱত বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।