ইউ জি ব্ৰহ্মৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

 04/19/2019 - 18:45

ভৱানীপুৰ: আজি ভৱানীপুৰ মাজগাঁৱত এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়৷ এআইইউডিএফ আৰু ইউপিপিএলৰ উমৈহতীয়া প্ৰাৰ্থী ইউজি ব্ৰহ্মৰ সমৰ্থনত কেইবা সহস্ৰাধিক লোকে এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷

সভাত এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল, দলটোৰ বিটিএডিৰ সমন্বয়ক আব্দুল ছামাদ চৌধুৰীকে ধৰি এবছুৰ নেতা আৰু এনডিএফবিৰ প্ৰগতিশীলৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।